Breaking

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩৮গৰাকীৰ মনোনয়ন পত্র দাখিল…

0 8

দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হক্সবলগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে বৃহস্পতিবাৰে মুঠ ৩৮গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৫ গৰাকী, ডিফু লোকসভা সমষ্টিত ১গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত ২০ গৰাকী, শিলচৰ লোকসভা সমষ্টিত ২ গৰাকী আৰু নগাঁও লোকসভা সমষ্টিত ১০ গৰাকী প্রার্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে।

সমষ্টিকেইটাৰ বাবে মনোনয়ন পত্র দাখিলৰ কালি অন্তিম দিন আছিল। দ্বিতীয় পর্যায়ত নির্বাচন হক্সবলগীয়া অসমৰ ৫টা লোকসভা সমষ্টিত মুঠ ৬৫ গৰাকী প্রার্থীয়ে ১১৮খন মনোনয়ন পত্র দাখিল কৰিছে।

Leave A Reply