Breaking

কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…

0 18


কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু
মৃত শিশুটি কাছাৰৰ উত্তৰ কৃষ্ণপুৰৰ আৰ্মান হুছেইন লস্কৰ


SMCHত চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু শিশুটিৰ
বর্তমানেও ছোৱাইন ফ্লুত আক্রান্ত হৈ SMCHত চিকিৎসাধীন হৈ আছে।


আতংকিত নহৈ ৰাইজক সতর্কতা অৱলম্বনৰ আহ্বান জিলা স্বাস্থ্য বিভাগৰ
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়া লৈকে বৰাকত মৃত্যু হৈছে দুটি শিশুৰ

দুদিন পূর্বে হাইলাকান্দিত মৃত্যু হৈছিল এটি ডেৰ বছৰীয়া শিশুৰ

Leave A Reply