Breaking

৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ নিষেধ…

0 2,030

জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ। আগন্তুক হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা উপযুক্তই ১৪ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৭ বজাৰ পাছত ৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।

সংবিধানৰ ১৪৪ নম্বৰ ধাৰাৰ অধীনত জাৰি কৰা এই নিষেধাজ্ঞা ভংগ কৰিলে আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব ওদালগুৰি জিলা প্ৰশাসনে।

Leave A Reply