Breaking

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প…

0 34

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প।

এই তথ্য ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দিছে।

প্ৰতিবেদন অনুসৰি কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ অহা নাই।

ইয়াৰ পূৰ্বে যোৱা শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত পাকিস্তানত ৪.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল।

৪ দিনৰ পাছত আকৌ এবাৰ ভূমিকম্পত কঁপাই গ’ল পাকিস্তান।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ১৮ কিলোমিটাৰ ভূখণ্ডৰ ভিতৰত।

Leave A Reply