June 2, 2024 ৫.৫ প্ৰাব্যলৰ ভূমিকম্পই পুনৰ জোকাৰি গ’ল ৰাজ্য… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। গুৱাহাটীকে ধৰি বিভিন্ন স্থানত ভূমিকম্পৰ জোকাৰণি। ২.১৬ বজাত সৃষ্টি হয় ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৫.৫ প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্ব খ্যাত কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ শেষকৃত্য সম্পন্ন, চাপৰত গুণমুগ্ধৰ ভিৰ দৈনন্দিন বাৰ্তা - July 8, 2026 মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট দৈনন্দিন বাৰ্তা - July 8, 2026 শ্বহীদ পিয়লি ফুকন–জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ দাবী জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দৈনন্দিন বাৰ্তা - July 8, 2026