Breaking

বিলাসীপাৰা পূৱ নায়েৰ আলগা এম ই মাদ্ৰাছাত ৫ শিক্ষকৰ বিদায় সম্বৰ্ধনা…

0 56

আজি বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ নায়েৰআলগা এম ই মাদ্ৰাছা প্ৰাঙ্গণত পাচঁ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ত্রুমে সাহাৰ আলী,হামিদা বেগম,জুৰান আলী,সাহাদত আলী আৰু দীনেশ চন্দ্ৰ ঘোষ ফুলাম গামোছা,জাপী,ছাতি-লাঠি মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

বিদায়ী সম্বৰ্ধনা সভা খনত সভাপতিত্ব কৰে মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল জলিল।

বিদায়ী সভাত বিলাসীপাৰা মহকুমা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক বিষ্ণু চৰণ নাথ,B,E,E,O ৰতন চন্দ্ৰ সূত্ৰধৰ,বিলাসীপাৰা মাধ্যমিক শিক্ষক,সন্মিলনীৰ সভাপতি আব্দুল জলিল চৌধুৰী প্ৰমূখ্যে  অন্যান্য শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply