February 8, 2021 দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান Share FacebookTwitterWhatsAppTelegramKooEmail দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles “অসমীয়াৰ জীয়ৰী-বোৱাৰীক লৈ ভাবুকি সহ্য কৰা নহ’ব”: টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ দৈনন্দিন বাৰ্তা - February 7, 2026 ৰাজহুৱা মঞ্চত ভূপেন বৰাৰ অশালীন ইংগিত, ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - February 7, 2026 তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন বাৰ্তা - February 7, 2026