ঘোষণা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকা।
শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিলে ‘জুইফুল’এ।
যদুমণি দত্তৰ জুইফুলে আজুৰিলে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা।
হিন্দী ছবি ৰাজকুমাৰ ৰাও অভিনীত শ্ৰীকান্তলৈ শ্ৰেষ্ঠত্বৰ সন্মান।
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা য়ামী গৌতম আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কাৰ্তিক আৰিয়ানলৈ।
অভিনেতা মামুটীলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
আৰ্টিকল ৩৭০ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা য়ামী গৌতমলৈ।
চন্দু চেম্পিয়নৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা কাৰ্তিক আৰিয়ানলৈ।
নতুন দিল্লীত তথ্য, সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকা।

