ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু। নগাঁৱৰ বঢ়মপুৰৰ বেজৰগাঁৱত মৃত্যু ৭৬ বছৰীয়া মহিলাৰ।

JEত আক্ৰান্ত হৈছিল মাধৱী বেজবৰুৱা নামৰ মহিলাগৰাকী। এসপ্তাহ ধৰি GNRCত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।

চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ পাছতে মৃত্যু হয় মহিলাগৰাকীৰ।