93rd Air Force Day: আজি মহানগৰীৰ লাচিত ঘাটত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

আজি ৯৩ সংখ্যক বায়ুসেনা দিৱস।

আজি মহানগৰীৰ লাচিত ঘাটত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। (93rd Air Force Day)

গুৱাহাটীৰ আকাশত বায়ুসেনাৰ বিমানৰ Ceremony Parade।

লাচিত ঘাটত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৯৩ সংখ্যক বায়ুসেনা দিৱস।

IAFৰ ৯৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এয়াৰ শ্ব’।

১৫ প্ৰকাৰৰ ৭৫খনৰো অধিক বিমানেৰে কৰিব শক্তি প্ৰদৰ্শন।

লাচিতঘাটৰ আকাশমাৰ্গত উৰিব যুঁজাৰু বিমান, হেলিকপ্টাৰ।

Related Articles