নতুন বছৰতেই লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ।
ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ’ব ৰেচন কার্ড।
যিসকলে ৰেচন কাৰ্ডৰ বাবে আৱেদন কৰিছে তেওঁলোকলৈ সুখবৰ।
মাঘ বিহুৰ সময়ত সমষ্টিয়ে সমষ্টিয়ে বিতৰণ কৰা হ’ব ৰেচন কার্ড।
আপুনি ১৬ৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত ৰেচন কার্ড লাভ কৰিব।
নতুনকৈ ৪২ লাখ পৰিয়ালক ৰেচন কার্ড দিয়া হ’ব ৰাজ্যত।

ৰেচন কার্ড নথকা লোকক এই ভাল খবৰ দিলে হিমন্ত চৰকাৰে।
‘বিকশিত ভাৰত সংকল্প যাত্রা’ৰ জৰিয়তে প্রদান কৰিব ৰেচন কার্ড।
জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল।
বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা সেৱা।

