January 1, 2024 নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ, হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য… Share FacebookTwitterWhatsAppTelegramKooEmail নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ।হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৫.৫০ টকা।আনহাতে মুম্বাইত ১৭০৮.৫০ টকা, চেন্নাইত ১৯২৪.৫০ টকা। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026