January 7, 2024 আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচনৰ সময়তে বহুকেইটা ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন৷পুৱাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। পুৱাই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।নিৰ্বাচনৰ সময়তে ১৪টা ভোটকেন্দ্ৰ-বিদ্যালয়ত সংঘটিত হয় হিংসাত্মক ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ । দৈনন্দিন বাৰ্তা - December 10, 2025 16 বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা… দৈনন্দিন বাৰ্তা - December 10, 2025 ২২ সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি পৰ্য্যন্ত হ’ব: মুখ্যমন্ত্ৰী । মিঞা সমষ্টিত চলিছে টিকটৰ দৰ-দাম: মুখ্যমন্ত্ৰী দৈনন্দিন বাৰ্তা - December 8, 2025