আলফা (স্বাঃ)ৰ শিবিৰত আক্রমণ!

আলফা (স্বাঃ)ৰ ম্যানমাৰস্থিত শিবিৰত আক্রমণ!


৩ বাৰ ড্রোনৰ জৰিয়তে বোমাৰে আক্ৰমণ কৰাৰ অভিযোগ।



প্ৰথমটো আক্রমণ দেওবাৰে আবেলি ৪:১০ বজাত, দ্বিতীয়টো আক্রমণ ৪:১২ বজাত আৰু তৃতীয় আক্রমণ ৪:২০ বজাত সংঘটিত কৰাৰ অভিযোগ। তৃতীয়টো বিস্ফোৰিত নোহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত সামান্য পৰিমাণে আহত আলফা (স্বাঃ)ৰ দুজন কেডাৰ।

ভাৰতীয় সীমাৰ ফালৰ পৰা এই আক্ৰমণৰ অভিযোগ আলফা (স্বাঃ)ৰ।

আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই এক বিবৃতিৰ জৰিয়তে সদৰি কৰিছে এই কথা।

Related Articles