১৬ জানুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে ৪২ লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী ব্যক্তিক দিব ৰেচন কাৰ্ড…

১৬ জানুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে ৪২ লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী ব্যক্তিক দিব ৰেচন কাৰ্ড।

মুঠ ১০ লাখ ৭৩০০টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড।

ৰেচন কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব অৰুণোদয় আঁচনি।

সংবাদমেলত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles