January 13, 2024 চতুৰ্থবাৰলৈ EDৰ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ… Share FacebookTwitterWhatsAppTelegramKooEmail চতুৰ্থবাৰলৈ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ।১৮ জানুৱাৰীত EDৰ সন্মুখত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ সুৰানীতি গোচৰত ইডিৰ চমন অৰবিন্দ কেজৰিৱাললৈ।শনিবাৰে ED-এ মুখ্যমন্ত্ৰীগৰাকীলৈ চমন প্ৰেৰণ কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles দেশত ১১গৰাকী নীট পৰীক্ষাৰ্থীৰ মৃত্যুৰ বাবে শিক্ষামন্ত্ৰীক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীলৈ অভিজিৎ দীপ্কেৰ পত্ৰ দৈনন্দিন বাৰ্তা - June 20, 2026 স্বস্তিঃ কমিব বস্তুৰ দাম, স্বাভাৱিক হ’ব যোগান শৃংখল… দৈনন্দিন বাৰ্তা - June 19, 2026 মেলনীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া দৈনন্দিন বাৰ্তা - June 18, 2026