January 16, 2024 দিল্লী-NCRত ঘন কুঁৱলীৰ বাবে ১৭ খনকৈ বিমানৰ উৰণ বাতিল… Share FacebookTwitterWhatsAppTelegramKooEmail দিল্লী-NCRত ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছে বিমানৰ উৰণ। ১৭ খনকৈ বিমানৰ উৰণ বাতিল কৰা হৈছে । IGI বিমান বন্দৰত ৩০ খনকৈ বিমানৰ উৰণত পলম। আনহাতে ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল। Author: দৈনন্দিন বাৰ্তা Related Articles উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 ঝাৰখণ্ডত JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - August 18, 2026 ‘বিকশিত ভাৰত’ৰ সংকল্পৰে লালকিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ কি আহ্বান দৈনন্দিন বাৰ্তা - August 15, 2026