January 16, 2024 আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হ’ব পৰম্পৰাগত ম’হযুঁজ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হ’ব পৰম্পৰাগত ম’হযুঁজ।লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’ব ম’হযুঁজ। কেবিনেটৰ সিদ্ধান্তৰ পাছত দীৰ্ঘবিৰতিৰ অন্তত অনুষ্ঠিত হ’ব ম’হযুঁজ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই ম’হযুঁজ। Author: দৈনন্দিন বাৰ্তা Related Articles Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ৰ চাই কান্দি কান্দি ওলাই আহিল দৰ্শক দৈনন্দিন বাৰ্তা - October 31, 2025 Roi Roi Binale: অপেক্ষাৰ অন্তঃ ছবি গৃহত ৰৈ ৰৈ বিনালে দৈনন্দিন বাৰ্তা - October 31, 2025 Roi Roi Binale Poster: যোৰহাটত “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই দৈনন্দিন বাৰ্তা - October 30, 2025