February 5, 2024 গ্ৰেমী এৱাৰ্ড ২০২৪ৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail গ্ৰেমী এৱাৰ্ডৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড৷ ভাৰতীয় বেণ্ডলৈ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম বঁটা৷ ভাৰতীয় বেণ্ড ‘শক্তি’ৰ এলবাম ‘দিছ মোমেণ্ট’লৈ এই বঁটা৷ এই বেণ্ডৰ সদস্য শংকৰ মহাদেৱন, ওস্তাদ জাকিৰ হুছেইন। Author: দৈনন্দিন বাৰ্তা Related Articles আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দৈনন্দিন বাৰ্তা - October 17, 2026 জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026