February 10, 2024 টেঙাখাতত বাঘৰ পোৱালি উদ্ধাৰ Share FacebookTwitterWhatsAppTelegramKooEmail টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত বায়নচুক গাঁৱত উদ্ধাৰ দুটা বাঘৰ পোৱালি। এটা মৃত আৰু আনটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল এজনী মৃত বাঘ৷ ৰাইজৰ সন্ধেহ মৃত বাঘজনীৰ পোৱালি উদ্ধাৰ হোৱা বাঘ দুটা ৷ -ব্ৰজেন গগৈ,টেঙাখাত Author: দৈনন্দিন বাৰ্তা Related Articles অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ দৈনন্দিন বাৰ্তা - July 7, 2026 ৰাজ্যৰ প্ৰতিখন জিলালৈ স্বাস্থ্য মন্ত্ৰীৰ সতৰ্ক হোৱাৰ নিৰ্দেশ দৈনন্দিন বাৰ্তা - July 7, 2026 চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ দৈনন্দিন বাৰ্তা - July 6, 2026