তিনিচুকীয়া জিলাৰ লেখাপানীত মহিলা নিৰুদ্দেশ

লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লালপাহাৰ পথাৰ গাঁৱৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা।


৫২ বছৰ বয়সৰ মহিলাগৰাকীৰ নাম ৰূপাঞ্জলি দত্ত দুৱৰা বুলি জানিব পৰা গৈছে।


সোমবাৰে দিনৰ ১১ বজাত উদয়পুৰলৈ বুলি উলাই গৈছিল মহিলাগৰাকী।
বৰ্তমানলৈ কোনো সম্ভেদ পোৱা হোৱা নাই নিখুজ মহিলা গৰাকীৰ।


পৰিয়ালৰ লোকে ইতিমধ্যে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।


নিখুজ মহিলা গৰাকীৰ কোনো সম্ভেদ পালে 6002388915 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

-পৱন দত্ত, জাগুন

Related Articles