ধুবুৰীৰৰ গোলোকগঞ্জৰ নান্দিনীপাৰত এল্ট’ বাহনৰ খুন্দাত আহত মহিলা…

ধুবুৰীৰ জিলাৰ গোলোকগঞ্জৰ নান্দিনীপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী এল্ট’ বাহনে খুন্দিয়ালে এগৰাকী মহিলাক।

AS 01 DQ 4056 নম্বৰৰ এল্ট’ বাহনে খুন্দিয়ালে মজিয়া বিবি নামৰ এগৰাকী মহিলাক। গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles