VVIP ESCORT দুৰ্ঘটনাৰ গোচৰ ৰুজু হ’ল দিছপুৰ থানাত

অৱশেষত VVIP ESCORT দুৰ্ঘটনাৰ গোচৰ ৰুজু হ’ল দিছপুৰ থানাত।


DGPৰ নিৰ্দেশত আৰক্ষীয়ে চালকৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰূপম জ্যোতি বৰাৰ এজন লোকে।

Related Articles