Breaking

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ…

0 119

আকৌ ফুটিল পানীৰ পাইপ!

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ!

গুৱাহাটী মহানগৰীৰ গীতা নগৰত ফুটিল চৰকাৰী পানীৰ পাইপ।

এফালে ৰাজ্যত ধাৰাসাৰ বৰষুণ। তাৰ মাজতে মহানগৰীত জল বিস্ফোৰণ। লগতে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আজিৰে পৰা গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ১৮খন জিলাত জাৰি কৰিছে yellow এলাৰ্ট। ২৩মাৰ্চলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা।

Leave A Reply

Your email address will not be published.