মৰিগাঁও, ১১ ডিচেম্বৰ : মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয় নদীৰ বুকুত জাহ নিচে। ব্ৰহ্মপুত্ৰৰ গৰাৰ কবলত পৰি মাটিৰ গৰাকীও হৈ পৰিছে বাটৰ ভিক্ষাৰী , আশ্ৰয় লব লগীয়া হৈছে পথৰ দাঁতিত , মাথাউৰিত। উল্লখ্য যে এই বানাক্ৰান্ত লাহৰীঘাট সমষ্টিৰ পৰা একেটা পৰিয়ালে ৪২বছৰ প্ৰতিনিধিত্ব কৰিছে আৰু লগতে তিনিবাৰকৈ অসম চৰকাৰৰ শক্তিশালি মন্ত্রী হৈ থকা স্বত্বেও কোনোদিনেই লাহৰীঘাটবাসীক ৰক্ষা কৰাৰ চিন্তা কৰা নাই। যাৰ বাবে এই বাৰ লাহৰীঘাটবাসী বানাক্ৰান্ত ৰাইজে সকলো আশা-ভৰষা বাদ দি নিজৰ মাতৃভুমি ৰক্ষাৰ বাবে জীয়াই থকাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া ৰোধৰ বাবে ৰাইজৰ দান-বৰঙুনিৰে বাহঁ আৰু বালিৰ বস্তাৰে কেইবাটাও বান্ধ নিৰ্মান কৰি আছে । ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত ৰাইজে নিৰ্মান কৰি থকা বান্ধ পৰিদৰ্শন কৰে ১৫বছৰ আগতে চাকৰি সুএে লাহৰীঘাটত থকা প্ৰাক্তন BDO জি আদিলে। প্ৰাক্তন BDO জি .আদিলে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মান কাম চলি থকা বান্ধটো পৰিদৰ্শন কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ লগত মতবিনিময় কৰি এই বন্ধ সমূহ নিৰ্মানৰ ৰাইজৰ লগত সৰ্ম্পুন সহাযোগীতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…