আজিৰে পৰা দাম বাঢ়িল সুৰাৰ! কোনবিধ সুৰাত কিমান দাম বাঢ়িল জানক…

আজিৰে পৰা দাম বাঢ়িল সুৰাৰ।

১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি হ’ব সুৰাৰ মূল্য।

জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৫২ টকাকৈ।

আনহাতে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৭৫ টকাকৈ।

এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ২২৫ টকাকৈ।

Related Articles