হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই বজাৰৰ বিভিন্ন ঠাই সমূহত ঘূৰি ডাষ্টবিন বিতৰণ কৰা পৰিলক্ষিত হয়। উপস্থিত স্থানীয় সংবাদিক সকলৰ লগত হোৱা সাক্ষাৎকাৰত হোজাই পুৰণা বজাৰ আৰু নতুন বজাৰৰ বিভিন্ন স্থানত প্ৰায় এশ টা ডাষ্টবিন বিতৰণ কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়। নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ সম্ভাব্য টিকট প্ৰত্যাশী সকলে জনসাধাৰণৰ কাষ চাপি বিভিন্ন জনকল্যান মুলক কাম কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ হোজাইৰ পৰা টিকট প্ৰত্যাশী প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কে কে শৰ্মা বিগত কেই মাহমানৰ পৰা হোজাইৰ বিভিন্ন অঞ্চল সমূহত সমাজ সেৱা কৰাত ব্যস্ত হৈ পৰিছে। ভাগ্যৰ যোৱাৰ কাৰ পক্ষত বলিব তথা ৰাজতিলক ভাগ্যত আছে নে নাই সেয়া সময়তেহে গম পোৱা যাব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী