May 17, 2024 পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন। ১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ। মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ। Author: দৈনন্দিন বাৰ্তা Related Articles কাইলৈ দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট, ৰাইজৰ আশা পূৰণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৈনন্দিন বাৰ্তা - July 9, 2026 প্ৰদান কৰা হ’ল ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা ২০২৬ঃ শংকৰদেৱ কলাক্ষেত্ৰত সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য-গীতৰ উৎসৱ দৈনন্দিন বাৰ্তা - July 9, 2026 মহানগৰীৰ বালাজী মন্দিৰত চুৰিৰ ঘটনা… দৈনন্দিন বাৰ্তা - July 9, 2026