May 19, 2024 কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড… Share FacebookTwitterWhatsAppTelegramKooEmail কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা৷ এতিয়াৰে পৰা ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড৷ ফল ব্যৱসায়ীসকলক কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ নকৰিবলৈ সকীয়নি৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026 আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব… দৈনন্দিন বাৰ্তা - September 1, 2026 আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি দৈনন্দিন বাৰ্তা - September 1, 2026