পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক জয়ন্ত নাথ…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ এজন লোক। চেন্নাইত সন্ধানহীন বাক্সাৰ পাটলাৰ জয়ন্ত নাথ। ১৫ মে’ত পুত্ৰৰ সৈতে তামিলনাডুলৈ গৈছিল জয়ন্ত নাথ।

কৰ্মসংস্থাপন বিচাৰি তামিলনাডুলৈ গৈছিল পিতৃ-পুত্ৰ। কিন্তু কাম কৰি ভাল নোপোৱাৰ বাবে দুদিন পাছতেই উভতিছিল ঘৰলৈ।

স্বগৃহলৈ ওভতাৰ পথতেই চেন্নাইত নিৰুদ্দিষ্ট হৈ পৰে জয়ন্ত নাথ। জয়ন্ত নাথৰ সন্ধান পালে 92898-82499 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

Related Articles