June 2, 2024 ৫.৫ প্ৰাব্যলৰ ভূমিকম্পই পুনৰ জোকাৰি গ’ল ৰাজ্য… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। গুৱাহাটীকে ধৰি বিভিন্ন স্থানত ভূমিকম্পৰ জোকাৰণি। ২.১৬ বজাত সৃষ্টি হয় ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৫.৫ প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026