পবিত্র ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজি ইছলামধৰ্মীয় লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা।

প্ৰতিগৰাকী ইছলামধৰ্মীয়লোকক ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমৰ জৰিয়তে এই শুভেচ্ছা মুখ্যমন্ত্ৰীৰ।

Related Articles