June 22, 2024 আজিৰে পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ, আহিছে দেশ-বিদেশৰ বহু ভক্ত… Share FacebookTwitterWhatsAppTelegramKooEmail আজিৰে পৰা কামাখ্যা ধামত মহা অম্বুবাচী মেলা। কামাখ্যা ধামলৈ আহিছে দেশ-বিদেশৰ বহু ভক্ত। উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026