June 23, 2024 অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন, ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা… Share FacebookTwitterWhatsAppTelegramKooEmail আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ দ্বিতীয়টো দিন৷ উখল-মাখলৰ পৰিৱেশ নিলাচলৰ বুকুত। ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা। ২৬ জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026