June 24, 2024 আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন… Share FacebookTwitterWhatsAppTelegramKooEmail আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন। দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে কামাখ্যা ধামত। ভক্তৰে উখল-মাখলৰ পৰিৱেশ নীলাচলৰ বুকুত। শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি। ২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি। Author: দৈনন্দিন বাৰ্তা Related Articles World Photography Day 2025: আজি বিশ্ব ফটোগ্ৰাফী দিৱসঃ ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস দৈনন্দিন বাৰ্তা - August 19, 2025 GMCHত নৱজাতকৰ মৃত্যু ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী ! দৈনন্দিন বাৰ্তা - August 19, 2025 Hemanta Dutta: হেমন্ত দত্তৰ স্মৃতি সুৰক্ষিত কৰিব চৰকাৰেঃ কেশৱ মহন্ত দৈনন্দিন বাৰ্তা - August 18, 2025