June 25, 2024 ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু! আজি অন্তিম দিন অম্বুবাচী মহাযোগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু। আজি অম্বুবাচী মেলাৰৰ অন্তিম দিন। নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি। কাইলৈ পুৱা ভক্তৰ বাবে খোলা হ’ব মন্দিৰৰ দুৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ দৈনন্দিন বাৰ্তা - July 6, 2026 আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন দৈনন্দিন বাৰ্তা - July 6, 2026 এসপ্তাহৰ বাবে স্থগিত জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন বাৰ্তা - July 6, 2026