July 12, 2024 যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক লক্ষ্ণৌৰ পৰা উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ লক্ষ্ণৌৰ পৰা উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সুশিন্দৰ ৰায়ক ৷ কিন্তু এতিয়াও সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাহুল সিং৷ ২০ ফেব্ৰুৱাৰীতে সন্ধানহীন হৈছিল ৰাহুল৷ Author: দৈনন্দিন বাৰ্তা Related Articles Ganesh Chaturthi 2025: দেশজুৰি গণেশ চতুৰ্থীৰ আনন্দ দৈনন্দিন বাৰ্তা - August 27, 2025 AAMSU: আমচু অসমীয়া হ’ব নোৱাৰিলে কিয় ? দৈনন্দিন বাৰ্তা - August 27, 2025 Ganesh Chaturthi 2025: আজি গণেশ চতুৰ্থীঃ গণেশৰ ভজন আৰু আৰতি অবিহনে গণপতি পূজা আধৰুৱা দৈনন্দিন বাৰ্তা - August 27, 2025