July 13, 2024 নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা। পূৰ্বে দুই জিলাৰ অভিভাৱক মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য। সাংসদ নিৰ্বাচিত হোৱা বাবেই মন্ত্ৰিত্ব এৰিছিল পৰিমল শুক্লবৈদ্যই। Author: দৈনন্দিন বাৰ্তা Related Articles আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য দৈনন্দিন বাৰ্তা - October 6, 2026 আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - October 3, 2026 ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়াপোৱাৰ চেষ্টা কৰিছে।’- সাংসদ বিজুলী কলিতা মেধি দৈনন্দিন বাৰ্তা - September 29, 2026