July 14, 2024 সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ আতংক… Share FacebookTwitterWhatsAppTelegramKooEmail বানৰ সমান্তৰালকৈ কলিয়াবৰত বাঘৰ আতংক। সোণাৰি চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণ। চিত্ৰনলা বাগান এলেকাতো দেখা গৈছে বাঘটো।বাঘটোৱে ভক্ষণ কৰিছে কেইবাটাও পশুধন। আতংকত দিন কটাইছে অঞ্চলটোৰ ৰাইজে। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026