July 22, 2024 ধেমাজিৰ চমৰাজানত গণেশ বৰ্মনৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ। শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ। আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। Author: দৈনন্দিন বাৰ্তা Related Articles ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026 ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra দৈনন্দিন বাৰ্তা - June 1, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026