July 24, 2024 সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান। কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞ পুষ্পৰঞ্জন দে। মৃত্যুৰ সময়ত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ বয়স আছিল ৭৯ বছৰ। আজি নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ডাঃ দিগন্ত গৌতমে দৈনন্দিন বাৰ্তা - May 7, 2026 নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম… দৈনন্দিন বাৰ্তা - May 5, 2026 অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ… দৈনন্দিন বাৰ্তা - May 5, 2026