July 28, 2024 হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ভৰ্তি জুবিন গাৰ্গক… Share FacebookTwitterWhatsAppTelegramKooEmail হঠাৎ অসুস্থ জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি শিল্পীগৰাকীক। আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক। বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই। Related Articles World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস দৈনন্দিন বাৰ্তা - June 5, 2025 Weather Update: ৰাজ্যত পুনৰ বতৰে ল’ব ভয়ংকৰ ৰূপ! কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 5, 2025 ই-ৰিক্সা চলাই পৰিয়াল পোহপাল: সংগ্ৰামী ছাত্ৰী গংগোত্ৰীৰ জীৱনৰ কঠোৰ বাস্তৱতা । e rickshaw দৈনন্দিন বাৰ্তা - June 4, 2025