July 28, 2024 আজিৰে পৰা দাম বৃদ্ধি পূৰৱী গাখীৰৰ… Share FacebookTwitterWhatsAppTelegramKooEmail দাম বৃদ্ধি হ’ল গাখীৰৰ। পূৰৱী গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ দাম বৃদ্ধি। আজিৰে পৰা বৃদ্ধি পূৰৱী গাখীৰৰ দাম। স্মার্ট প্লাছ গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৬৬ টকা। পূৰৱী গোল্ড গাখীৰৰ প্ৰতি লিটাৰৰ দাম হ’ল ৭২ টকা। আনহাতে দাম বৃদ্ধি পালে পনীৰ, দৈ আৰু ঘিউৰ। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026