July 29, 2024 গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ। উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ SDRFৰ। নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন। মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে হৈছিল এই ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026 ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra দৈনন্দিন বাৰ্তা - June 1, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026