August 12, 2024 বঙাইগাঁৱত পথ দুৰ্ঘটনাত থিতাতে বিজেপি নেতা লুভাস বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail বঙাইগাঁৱত পথ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু। দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা লুভাস বৰ্মন। বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা। মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত। Author: দৈনন্দিন বাৰ্তা Related Articles কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026 হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়” দৈনন্দিন বাৰ্তা - April 19, 2026 ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য দৈনন্দিন বাৰ্তা - April 13, 2026