August 14, 2024 সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি মৃত্যু কাকতিবাৰীৰ ৰুবুল গগৈ… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু। মৃত লোকজন কাকতিবাৰীৰ ৰুবুল গগৈ। মঙলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল গগৈ। আজি নিজ ঘৰৰ সমীপৰ কালভাৰ্টত উদ্ধাৰ লোকজনৰ মৃতদেহ। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026