August 14, 2024 ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০… Share FacebookTwitterWhatsAppTelegramKooEmail ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০। মহানগৰীৰ বৰাগাঁৱৰ কৃষ্ণনগৰত ঘোষণা মুখ্যমন্ত্রীৰ। মাটিৰ প্ৰিমিয়াম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। সকলোকে বসুন্ধৰাৰ অধীনত ভূমিপট্টাৰ বাবে আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচল সীমান্তত চীনৰ অনুপ্ৰৱেশ অব্যাহতঃ স্থায়ী ঘাটি স্থাপন, স্থানীয় জনজাতীয় লোকৰ প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - June 30, 2026 অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান দৈনন্দিন বাৰ্তা - June 30, 2026 প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026