August 18, 2024 চামগুৰিৰ কাৱৈমাৰীত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গ… Share FacebookTwitterWhatsAppTelegramKooEmail চামগুৰিৰ কাৱৈমাৰীত গঁড়ৰ খৰ্গসহ এজনক আটক। ধৃত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গটো। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ১২০০ গ্ৰাম। কাৰ্বি আংলং, ৰূপহীহাট, চামগুৰি আৰক্ষীয়ে চলাইছিল অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ দৈনন্দিন বাৰ্তা - September 4, 2026 খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026