No menu items!

‘ধিঙৰ কু-কৰ্মকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য…

‘ধিঙৰ ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। অসমত খিলঞ্জীয়াৰ অস্তিত্বক লৈ এতিয়া চিন্তিত হ’ব লগা পৰিৱেশৰ সৃষ্টি হৈছে।

অসম চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগিব’।

ধিঙৰ ধৰ্ষণকাৰীৰ লগতে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈয়ো সৰৱ আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য।

Related Articles