August 28, 2024 ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩ খনকৈ এজাহাৰ দাখিল… Share FacebookTwitterWhatsAppTelegramKooEmail ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ। ধিং থানাত ৩ খনকৈ এজাহাৰ দাখিল বিধায়কগৰাকীৰ বিৰুদ্ধে। ধিং আঞ্চলিক ছাত্ৰ সন্থা, নাৰী সুৰক্ষা সমিতিয়ে দাখিল কৰে এজাহাৰ। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগ Author: দৈনন্দিন বাৰ্তা Related Articles আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য দৈনন্দিন বাৰ্তা - October 6, 2026 আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ দৈনন্দিন বাৰ্তা - October 3, 2026 ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়াপোৱাৰ চেষ্টা কৰিছে।’- সাংসদ বিজুলী কলিতা মেধি দৈনন্দিন বাৰ্তা - September 29, 2026